যদি কেতিয়াবা অকলে

জ্বলে বুকু মোৰ নিৰলে

কিয় আহা মোৰ মন লে

তুমি জানো জানা ?

 

যদি কেতিয়াবা অকলে

জ্বলে বুকু মোৰ নিৰলে

কিয় আহা মোৰ মন লে

তুমি জানো জানা ?

 

আবেগৰ চকুলো বোৰ, কলিজাত শুকালে মোৰ

কিয় জানো জানা ?

 

যদি কেতিয়াবা অকলে

জ্বলে বুকু মোৰ নিৰলে

কিয় আহা মোৰ মন লে

তুমি জানো জানা ?

 

যেতিয়া দূৰ দূৰণিৰ ঘৰমুৱা পখী উৰে,

দূৰণিৰ মৰমী তোমালে মোৰ, কিয় যে মনত পৰে ।

সন্ধিয়া জোন তৰাৰে আকাশ ভৰি পৰে

দূৰণিৰ মৰমী তোমালে মোৰ, কিয় যে মনত পৰে ।

হিয়া মোৰ উকা হৈ পৰে

জোনাকত মন নভৰে ।

 

যদি কেতিয়াবা অকলে

জ্বলে বুকু মোৰ নিৰলে

কিয় আহা মোৰ মন লে

তুমি জানো জানা ?

 

সেমেকা দুটি চকুৰে, অবুজ ভাষাটিৰে

বিদায় বেলাৰে মুখনিলৈ, কিয় যে মনত পৰে ।

নিশাটি আহে নীৰৱে, তমসা ভৰি পৰে

বিদায় বেলাৰে মুখনিলৈ, কিয় যে মনত পৰে ।

হিয়া মোৰ উকা হৈ পৰে

জোনাকত মন নভৰে ।

 

যদি কেতিয়াবা অকলে

জ্বলে বুকু মোৰ নিৰলে

কিয় আহা মোৰ মন লে

তুমি জানো জানা ?

 

আবেগৰ চকুলো বোৰ, কলিজাত শুকালে মোৰ

কিয় জানো জানা ?

 

যদি কেতিয়াবা অকলে

জ্বলে বুকু মোৰ নিৰলে

কিয় আহা মোৰ মন লে

তুমি জানো জানা ? তুমি জানো জানা ?